গাঁথনিক ব্যাকৰণ কি ?

উত্তৰ = ভাষাক জীৱন্ত সম্পদৰূপে গণ্য কৰি তাৰ সমকালীন ৰূপৰ বিচাৰ বিশ্লেষণকলৈ উদ্ভৱ হোৱা গঠনবাদী ভাষা- চিন্তাৰ ভাত্তিত ৰচিত ব্যাকৰণ সমূহক গাঁথনিক ব্যাকৰণ বোলাৈ হৈছে ।