গ্ৰীক ভাষাত ‘Grammar ‘, Grammata ‘ আৰু Grammaticus ‘ মানে কি ?

উত্তৰ= গ্ৰীক ভাষাৰ Grammar মানে আখৰ,Grammata মানে আখৰ জনা তত্ত্ব আৰু Grammaticus মানে শুদ্ধকৈ ভাষা কোৱা মানুহ বুলি জনা গৈছে ।