জুবিন গাৰ্গৰ গীত উৰণীয়া মন

উৰনীয়া মন উৰনীয়া হল 

ঠাইতে ঘূৰি  নাচি নাচি ৰল

পিৰ পিৰালে শিৰ শিৰালে আজি দেহত 

ৰম ৰমালে চম্ চমালে  মোৰ তেজত 

তোৰে প্ৰেমতে আঁতুৰ বিতুৰ 

ডুবা  ডুবা ডুবা লাগিলে মোৰ 

তুলি তুলি 

নিদিবি নদিবি 

উৰণীয়া…. 

ফুলি ফুলি ৰোৱা 

ঋতুতে তোকে চাওঁ

ভূল নাথাকিলেও 

ভূল হৈ বুলিবি 

জোন তৰালিয়ে দুচকু সজাই লৈ  

তমসা মোৰে বুকুতে জ্বলিবি 

ধুম ধুম ঢুলীয়া 

জুৰ জুৰ জুৰীয়া 

চেনেহৰে গান গাবি সুৰীয়া 

তোৰে প্ৰেমতে …. 

…. নাচি নাচি ৰল 

তমকা মনতে মৰমৰ বোজাতো 

I Iove You বুলি হেজাৰ বাৰ কমেই তোক 

বু বু বা কৰে কৰক চুবুৰিতে 

তই ৰাজি মই ৰাজি কৰিব কিতো 

পিছল বাটতে প্ৰেমৰ  নামতে 

এজাপ মাৰিছো তোকে পাবলে 

তোৰে……. 

নাচি নাচি ৰল ।।