জুবিন গাৰ্গৰ গীত বাতি ভৰাই চিৰা খাবি

বাতি ভৰাই চিৰা খাবি 

বাঁহৰ চুঙা দৈ 

বাঁহৰ চুঙা দৈ ঐ 

বাঁহৰ চুঙা দৈ 

জুহালতে জুটি লবি 

হাজৰ বাতি লৈ ঐ 

হাজৰ বাতি লৈ 

বিয়া পাতি জুতি লবি 

জাৰৰ দিনত  ঐ 

কেথা কম্বল লৈ 

ঐ কেথা কম্বল লৈ 

পইতা কৰকৰা খাবি 

জুতি পুতি লৈ 

জুতি পুতি লৈ 

ঐ জুতি পুতি লৈ 

দৰা বাচি বাচি খাবি 

জাৰৰ দিনত ঐ 

কেথা  কম্বল লৈ 

জুতি ভৰাই ফুল আনিবি 

জবা খৰিকাত যায় 

ঐ জবা খৰিকাত যায় 

মোনা ভৰাই শাক আনিবি 

লফা ঢেকিয়া লাই 

লফা ঢেকীয়া লাই ঐ 

লফা ঢেকিয়া লাই 

ছোৱালী  আনিবি ককাই 

তপিনা ডাঙৰ চাই ঐ 

তেহে বেছি দিন  যায় ঐ 

তেহে বেছি দিন যায়

লাজুকি বন নুচুবি  ককাই

চুলে জয় পৰে

চুলে জয় পৰে ঐ 

চুলে জ পৰে 

দমৰা ডেকাই ছোৱালী জোকাই 

ফিতাহি মাৰি ফুৰে 

ফিতাহি মাৰি ফুৰে 

ঐ ফিতাহি মাৰি ফুৰে 

ঐ বিয়া পতাৰ দুদিনতে 

লেৰি শুকাই পৰে 

আধমৰা যেন লাগে ।।