জুবিন গাৰ্গৰ গীত লগন লগন

লগন লগন

মধুৰ লগন

চেনেহ চেনেহ খেলা

চাৰি চকুত আজি দেখোঁ

অসাধু অসাধু খেলা

চচোৱা চুইত কোৱা কোৱিত

হৃদয় জ্বলালা।

লগন লগন

মধুৰ লগন

চেনেহ চেনেহ খেলা

চাৰি চকুত আজি দেখোঁ

অসাধু অসাধু খেলা

সাধু কথাৰ পৰীজনি

পোৱা পোৱা লাগে

হৃদয়ৰ তলিৰ খুপি খুপি

মৰম মোৰ জাগে…

লগন লগন

মধুৰ লগন

চেনেহ চেনে খেলা

চাৰি চকুত আদি দেখোঁ

অসাধু অসাধু খেলা

আকাশৰ সমান হেঁপাহে

তোমালে আছে ৰৈ

আশাকৰোঁ নহয় আশা

যেন সাগৰ হৈ…

লগন লগন

মধুৰ লগন

চেনেহ চেনেহ খেলা

চাৰি চকুত আদি দেখোঁ

অসাধু অসাধু খেলা…

দুবাহুৰে ঘেৰা বুকুত

তোমাক পাখি থ’লোঁ

প্ৰেমৰ হেজাৰ কবিতা মই

বুকুতে গালোঁ…

লগন লগন

মধুৰ লগন

চেনেহ চেনেহ খেলা

চাৰি চকুত আদি দেখোঁ

অসাধুযুগীয়া মোৰে

প্ৰেমৰে সমাধি

জনমে জনমে তুমি

তাতেই জিৰাবহি…

লগন লগন

মধুৰ লগন

চেনেহ চেনেহ খেলা

চাৰি চকুত আদি দেখোঁ

অসাধু অসাধু খেলা…।