নাম বিভক্তি মানে কি ?

উত্তৰ ঃ নাম শব্দ গলত যিবোৰ বিভক্তি যোগ কৰা হয় তাকে নাম বিভক্তি বোলে ।