নিদানমূলক ব্যাকৰণ মানে কি ?

উত্তৰ = ভাষা বিশেষৰ সাধু বা শুদ্ধ বুলি গৃহিত ৰূপৰ প্ৰায়োগিক মূল্যায়ন যি ব্যাকৰণ বিষয় তাক নিদামূলক ব্যাকৰণ বোলে ।