নেটৱৰ্ক ব্যাকৰণ কি ?

উত্তৰ = ভাষাৰ বিশেষৰ ব্যাক্য – সংগঠন আয়ত্ত কৰাৰ পদ্ধতিক অধিক শক্তি শালী কৰি তোলাৰ উদ্দেশ্যেৰে সৃষ্ট ব্যাকৰণ তত্ত্বৰ নাম নেটৰ্ৱক ব্যাকৰণ । এই কৃত্ৰিম বুদ্ধিৰ গৱেষণাৰ পৰা বিকশিত ।