প্ৰায়োগিক দিশক পৰা বাক্যগত উপাদানবোৰৰ শ্ৰেণী দুটা কি কি ?

উত্তৰ = প্ৰায়োগিক দিশৰ পৰা বাক্যগত উপাদানবোৰৰ শ্ৰেণী দুটা হ’ল আৱশ্যিকআৰু বৈকল্পিক ।