বৰ্ণনাত্মক ব্যাকৰণৰ উপভাষা দুটা কি কি ?

উত্তৰ = বৰ্ণনাত্মক ব্যাকৰণৰ উপভাষা দুটা হৈছে — গাঁথনিক ব্যাকৰণ আৰু ৰূপান্তৰ উৎপাদক ব্যাকৰণ ।