ৰূপান্তৰ স্ফোট ব্যাকৰণৰ তত্ত্বৰ কেতিয়া উদ্ভাৱন হয় ?

উত্তৰ = বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ আৰাম্ভণিত ৰূপান্তৰ স্ফোট ব্যাকৰণতত্ত্বৰ উদ্ভাৱন হয় ।