অসমীয়া ভাষাত কোনে প্ৰথমখন ব্যাকৰণ ৰচনা কৰে ?এইখনৰ নাম কি ?

উত্তৰ = অসমীয়া ভাষাত হেমচন্দ্ৰ বৰুৱাই প্ৰথমখন ব্যাকৰণখন ৰচনা কৰে । এইখনৰ নাম অসমীয়া ভাষাৰ ব্যাকৰণ ।