উভয়লিঈ মানে কি ? উদাহৰণ দিয়া ।

উত্তৰ ঃ অসমীয়া প্ৰাণী বাচক শব্দ মাজত এনে কিছুমান শব্দ আছে ।যিবোৰে পুৰুষ নে স্ত্ৰী, সেই ভেদ স্পষ্ঠ কৰি নিদিয়ে । যেনে – মানুহ, গৰু , চৰাই, গড় ইত্যাদি ।