ক্ৰিয়া বিভক্তিত কি কি ক্ৰিয়াৰ নিৰ্দেশ থাকে ?

উত্তৰ ঃ ক্ৰিয়া পদ গছন কৰা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি । ক্ৰিয়া বিভক্তিবোৰ কেৱল সমাপিকা ক্ৰিয়াপদতহে লগ লাগে । ক্ৰিয়া বিভক্তিবোৰৰ লগত কালৰ সম্পৰ্ক নাই ক্ৰিয়া বিভক্তিবোৰ ক্ৰিয়াপদৰ পুৰুষ নিৰ্দেশ কৰে ।