জুবিন গাৰ্গৰ গীত আঁউসীৰ জোন মোৰ সমুখতে

আঁসীৰ জোন মোৰ সমুখতে

সেমেকা চকুলো দুগালতে

নিজানৰ ৰাতি মোৰ কেতিয়াকে পুৱাব,

খেলিব ৰ’দে তাতে

তুমি আহিবা এদিনা ৰং দিবা দুচকুত

মৰমেৰে দিবা উপচাই

আঁউসীৰ…

দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে

আঁকিলো ৰামধেনু হিয়া জুৰাই

দিনে প্ৰতিদিনে…

তোমাৰ বাবেই জানা

নোশোৱে উজাগৰে ৰজনী কটাই

চকুৰে তচোমাকে ধিয়াই,

আঁউসীৰ

গোপনে ফাগুনে মন উতলালে

তুমি অহাৰ আজি বাতৰে পাই

তুমি চুলেই জানা, তুমি চালেই জানা

মেঘালী সপোন বাগৰ সলাই

হিয়া নৈ ঢৌৱে কোূাই

আঁউসীৰ…