জুবিন গাৰ্গৰ গীত কলিয়া মেঘে ঢাকিছে ঐ

কলিয়া মেঘে ঢাকিছে ঐ

ধুনীয়া জোনৰ মুখখনি ঐ

অভিমানী মন গুচাবলৈ

কিজানো কৰো ক’বানে ঐ

আলেঙে আলেঙে নিবিচাৰো

অলপ অলপ প্ৰীতিৰে ধৰো।

হিয়াৰে ভৰালা

মৰম শালিধান

দুলি এদুলিকৈ

লৈয়ে যাবা যাম

আকুলতা দিয়াহি মোক

এযাৰি মাতে

ঐ মোলে নোচোৱা নে

কাষত ৰ’লেও আজি

দূৰে দূৰে যেন পাওঁ

ভুল ক’ত কি বাৰু

বিচাৰি নাপাওঁ

ভালপোৱাবোৰে কয়

মই তোমাৰে

ঐ জনমে জনমে

কলিয়া মেঘে…।।