তুলনামূলক ব্যাকৰণত কিহৰ কিহৰ মাজত হ’ব পাৰে ?

উত্তৰ = তুলনামূলক ব্যাকৰণত তুলনা অসমীয়া আৰু বাংলা ভাাষাৰ তুলনামূলক ব্যাকৰণ , গোৱালপৰীায়া আৰু কামৰূপী উপভাষাৰ তুলনামূলক ব্যাকৰণ আদি মাজত হ’ব পাৰে ।