বাস্তৱবাদী ব্যাকৰণ কি ?

উত্তৰ = ভাষাগত ব্যৱহাৰ সৈতে জড়িত স্মৃতি,বোধ – শক্তি আদি মনস্তাত্ত্বিক উপাদানবোৰৰ সৈতে ব্যাকৰণৰ নীতি – নিয়মৰ সংযোগ সাধনৰ লক্ষ্য আগত ৰাখি যি ব্য়াকৰণ তত্ত্বৰ উদ্ভৱ হৈছে সেয়াই বাস্তবাদী ব্যাকৰণ।