যুক্ত ৰূপবোৰক কি বোলে ? সৰ্গবোৰ মুক্তৰূপৰ কিহত লগ লাগে ?

উত্তৰ = যুক্ত ৰূপবোৰক সৰ্গ বুলিও কোৱা হয় । সৰ্গবোৰ সদায় মুক্ত ৰূপৰ আগত অথবা পাছত লগ লাগে ।