ৰূপতত্ত্বৰ আলোচ্য বিষয় কি ?

উত্তৰ ঃ ৰূপ বা প্ৰকৃতিৰ লগত প্ৰত্যয়, বিভক্তি আদি যোগ কৰি শব্দ গছনৰ প্ৰক্ৰিয়া নামশব্দ , ধাতু আদিৰ সৈতে যোগ হোৱা প্ৰত্যয়,বিভক্তি আদি শব্দৰ বিভিন্ন ৰূপ -বচন,লিংগ ,পুৰুষ আদিৰ বিষয়ে ভাষা বিজ্ঞানৰ ৰূপতত্ত্বত আলোচনা কৰা হয় ।