ৰূপান্তৰ স্ফোট ব্যাকৰণৰ ভাগ তিনিটা কি কি ?

উত্তৰ = ৰূপান্তৰ স্ফোট ব্যাকৰণৰ ভাগ তিনিটা হ’ল বাক্যতাত্ত্বিক,ধ্বনিতাত্ত্ূিক আৰু অৰ্থধতাত্ত্বিক ।