আধুনিক ভাষাৰ বিজ্ঞান পৰিচয় কাৰ ৰচনা ? এই খন কেতিয়া প্ৰকাশ পায় ?

উত্তৰ = আধুনিক ভাষাৰ বিজ্ঞান পৰিচয় ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাৰ ৰচনা । এই খন ১৯৯০ চনত প্ৰকাশ পায় ।