উইলিয়াম ৰবিন্সনে কেতিয়া কোনখন ব্যাকৰণ জৰিয়তে অসমীয়া ব্যাকৰণ পাীতনি মেলে ?

উত্তৰ = উইলিয়াম ৰবিন্সনে ১৮৩৯ চনত A Grammar of Assamese Language ৰ জৰিয়তে অসমীয়া ব্যাকৰণৰ পাতনি মেলে ।