ঐতিহাসিক ব্যাকৰণ কি ?

উত্তৰ = যি ব্যাকৰণত দুটা বা ভিন্ন যুগৰ বা স্তৰৰ ভাষাৰ গাঁথনিক ৰূপৰ সমন্বয়কৰি দেখুওৱা হয় অৰ্থাৎ ক্ৰমবিকাশৰ আলোচনা কৰা হয় তাকে ঐতিহাশিক ব্যাকৰণ বোলে ।