ক্ৰিয়া বিভক্তিৰ বিষয়ে জানিবলৈ কিহৰ কথা জনাটো দৰকাৰ ?

উত্তৰ ঃ ক্ৰিয়া বিভক্তি সমূহ ভালদৰে বুজিবলৈ ‘ধাতু ” , কাল, আৰু ‘পুৰুষ ‘ৰ ধাৰণা সাধিব লাগিব ।