জুবিন গাৰ্গৰ গীত আজি তুমি নহ’লে

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী

হৈ নামানা

গোলাপীয়া ওঁঠৰে 

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা

এতিয়াও মই দুৰণিৰে

সময় হ’লে পাবা নিবিড়

আজি তুমি… 

আছিলোঁ অকলে 

সপোন নিবিড়ে

অচিনাকি নিশাতে

বুকুৰে উমকে 

সাঁজিলোঁ তোমালে

বহু বহু যুগৰে

আজি মন কোমল

মেঘৰ দৰে

নিগৰে অশ্ৰু আৱেগৰে

আজি তুমি… 

কোনোবা জনমৰ

পাহৰা মৰমে

আছিলে ওচৰলে

বুকুৰে আমঠু ৰঙালে ৰঙেৰে

মৰমী চাৱনিৰে

আজীৱন তোমাৰ ময়েই অনল

জ্বলি ৰ’ম তোমাৰেই বুকুৰে হৈ 

আজি তুমি..।