জুবিন গাৰ্গৰ গীত জ্বলি জ্বলি

জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি 

গলি গলি শেষ হোৱা মোৰ চকুৰ পানী 

যদি চাব খোজা 

তুমি চাব পাৰা 

কিদৰে আছোঁ যে ৰৈ 

নোপোৱা বেদনাকে লৈ 

জ্বলি জ্বলি …. 

নাই যে সময় আজি 

উলটি অহাৰ 

নাই যে সময় চাগে 

উভতি চোৱাৰ 

নেলাগে আহিব কাষলে তুমি 

নালাগে লব মোক সাৱটি আজি 

নালাগে দিব মোক চকুলো মচি 

নেলাগে দিব মোক চকুলো মচি 

জ্বলি… 

শুকান শুকান আজি 

প্ৰতিটো কথা 

নীৰৱ নিৰাশ্ৰ আজি 

প্ৰতিটো আশা 

এবাৰো নুবুজিলো দুখৰে ভাষা 

জোনাকত নাচিটে আউসী নিশা 

জ্বলিব দিয়া মোক নিজৰে মাজত 

নেলাগে  আহিব তুমি থাকোগৈ দূৰত 

জ্বলি 

…. চকুৰ পানী।।