তুলনামূলক ব্যাকৰণ মানে কি ?

উত্তৰ = দুটা বা ততোধিক ভাষাৰ মিল আৰু অমিলবোৰ তুলনামূলক আলোচনা যি ব্যাকৰণত কৰা হয় তাকে তুলনামূলক ব্যাকৰণ বোলে ।