প্ৰায়োগিক ব্যাকৰণ কিহৰ কিহৰ অৰ্থে ৰচনা কৰা হয় ?

উত্তৰ = প্ৰায়োগিক ব্যাকৰণ চাকৰিয়াল, ভ্ৰমণকাৰী, ব্যৱসায়িক আদি লোকৰ প্ৰয়োজন পূৰণৰ অৰ্থে গচনা কৰা হয় ।