প্ৰায়োগিক ব্যাকৰণত কিহৰ কিহৰ বিষয়ে আলোচনা কৰা হয় ?

উত্তৰ = প্ৰায়োগিক ব্যাকৰণত কোনো এটা ভাষাৰ ধ্বনি ৰূ আৰু বাক্য গাঁথনি আলোচনা কৰি উদাহৰণ সহায়ত তাক বিশ্লেষণ কৰা হয় ।