বৰ্ণনাত্মক ব্যাকৰণ কাক বোলে ?

উত্তৰ = ভাষা এটাৰ ঐতিহাসিক ৱিবৰ্ত্তনৰ প্ৰতি লক্ষ্য নাৰাখি ভাষাটোৰ সমসাময়িক সমলৰ আধাৰত যিবোৰ ব্যাকৰণ ৰচিত হয় তাকেই বৰ্ণনাত্মক ব্যাকৰণ বোলে ।