শ্ৰুয়মান ধ্বনিবিজ্ঞান কাক বোলে ?

উত্তৰ ঃ ধ্বনি বিজ্ঞানৰ যি উপশাখাত শ্ৰুোতাই ধ্বনি শুনা সম্পৰ্কীয় সমস্ত কথাৰ আলোচনা সন্নিৱিষ্ট কৰা হয় তাকে শ্ৰুয়মান ধ্বনি বিজ্ঞান বোলে ।