স্তৰীকৰণ ব্যাকৰণ কাক বোলে ?

উত্তৰ = ভাষাক বিবিধ গঠনৰ ‘স্তৰ’ বা ‘তৰপ’-ৰ সম্পৰ্কিত সমষ্টি হিচাপে গণ্য কৰি প্ৰতিষ্ঠা লাভ কৰা ব্যাকৰণ তত্ত্বৰ স্তৰীকৰণ ব্যাকৰণ ।