অন্তঃমুক্ত সিন্ধ কি ?

উত্তৰ ঃ এটা ছেদৰ বাক্যবোৰৰ মাজত যেনেকৈ যোৰা লাগে, তেনেকৈয়ে বাক্যৰ অন্তৰ্গত পদবোৰৰ মাজতো যোৰা লাগে । এনে যোৰাক অন্তঃযুক্ত সন্ধি বোলে ।