পদৰ যোগ্যতা কোন দুটা কথাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ ঃ পদৰ যোগ্য়তা পদৰ অৰ্থ আৰু পদৰ ৰূপ বা গঠনৰ ওপৰত নিৰ্ভৰ কৰে ।