বাগধ্বনিবোৰৰ ভাগ দুটা কি কি ?

উত্তৰ ঃ বাগধ্বনি বোৰৰ ভাগ দুটা হ’ল স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি ।