বিসৰ্গ সন্ধি কাক বোলে ?

উত্তৰ ঃ অনুস্বাৰ (ং) আৰু বিসৰ্গ(ঃ) ৰ লগত অইন বৰ্ণ মিলি হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে ।