সৰলবাক্য আৰু জটিল বাক্য়ৰ উদাহৰণ দিয়া ?

উত্তৰ ঃ সৰল বাক্যৰ উদাহৰণ হ’ল – মই ভাত খাওঁ আৰু জটিল বাক্য়ৰ উদাহৰণ হ’ল – বিয়ালৈ মতা হ’লে আমি গ’লোহেঁতেন ।