অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি ?

উত্তৰ ঃ অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি ৮টা । সেইকেইটা হ’ল — ই, এ, এ,আ,অ,ও আৰু উ ।