ক্ৰিয়া পদ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ ঃ ক্ৰিয়া পদ দুই প্ৰকাৰৰ । সেইবোৰ হ’ল – সমাপিকা ক্ৰিয়া পদ আৰু অসমাপিকা ক্ৰিয়াপদ ।