ধবনিবিজ্ঞানক কি কি তিনিটা উপস্তৰত ভাগ কৰিব পাৰি ?

উত্তৰ ঃ ধ্বনিবিজ্ঞানক তিনিটা উপস্তৰত ভাগ কৰিব আৰু এই ভাগ কেইটা হৈছে — উচ্চৰণাত্মক ধ্বনিবিজ্ঞান, শ্ৰুতিধ্বনিবিজ্ঞান আৰু শ্ৰুয়মান ধ্বনিবিজ্ঞন ।