নাম বিভক্তি দুই প্ৰকাৰ কি কি ?

উত্তৰ ঃ নাম বিভক্তি দুই প্ৰকাৰৰ হ’ল – কাৰক বাচক বিভক্তি বা শব্দ বিভক্তি আৰু সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি ।