বাযু প্ৰৱাহৰ গতিপথ অনুসৰি নিয়তধ্বনি কেইপ্ৰকাৰৰ আপু কি কি ?

উত্তৰ ঃ বায়ু প্ৰৱাহৰ গতিপথ অনুসৰি নিয়ত ধ্বনি দুই প্ৰকাৰৰ । সেইয়া হ ‘ল অন্তঃস্ফোট আৰু প্ৰস্ফোট বা স্ফোট ধ্বনি ।