শ্বাসাঘাত প্ৰয়োগ কেতিয়া হয় ?

উত্তৰ ঃ মানুহে কথা কওঁত প্ৰত্যেকটো বাক্যৰ প্ৰত্যেকটো পদৰ প্ৰত্যেকটো অক্ষৰত কম বেছি পৰিমান শ্বসাঘাতৰ প্ৰয়োগ কৰে ।