আসক্তি শব্দটো কেনেদৰে সাধিত হৈছে ?

উত্তৰ ঃ আসক্তি শব্দটো আ-পূৰ্বক সদ ধাতুত – তি (ক্তিন) প্ৰত্যয় যোগত সাধিত হৈছে ।