কৰ্মবাচ্যৰ ক্ৰিয়াত যোগ হোৱা -ই টোক কি বিভক্তি বোলে ?

উত্তৰ ঃ কৰ্ম বাচ্যৰ ক্ৰিয়াত যোগ হোৱা -ইটোক কৰ্মবাচ্য বিভক্তি বোলে ।