যৌগিক বাক্যৰ উদাহৰণ দিয়া ?

উত্তৰ ঃ যৌগিক বাক্যৰ উদাহৰণ হ’ল পিতৃদেৱতাৰ প্ৰতি আমাৰ অশেষ ভয় আৰু ভক্তি আছিল ।