ঢাপে ঢাপে গৈ পালো ঢাপলিকা বাই, এটা আনি কাটি বাছি ছমাহলৈ খায় ?

উত্তৰঃ বাঁহগাজ