অনুপাত আৰু সমানুপাত ( Ratio and Proportion ) অধ্যায় 11 । অনুশীলনী 11 (B) | Chapter 11 Class 6 Maths AJB School Question Answer | অনুপাত আৰু সমানুপাত ( Ratio and Proportion ) Lesson 11 Class 6 Maths AJB School Question Answer And Solution For Assam |

অনুপাত আৰু সমানুপাত

 অধ্যায় 11

অনুশীলনী 11 (B)

1. তলৰ সংখ্যাবোৰ প্ৰদত্ত ক্ৰমত সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰা ।

(i) 4, 8, 12, 2 4

(ii) 5, 15, 12, 36

(iii) 2, 4, 6, 8

(iv) 24, 6, 108, 27

(v) 11, 22, 33, 99

(vi) 13, 65, 7, 35

2. তলৰ অনুপাতবোৰ সমানুপাতত আছেনে নাই নিৰ্ণয় কৰা ।

(i) 1 : 1 আৰু 5 : 5

(ii) 2 : 6 আৰু 13 : 39

(iii) 17 : 19 আৰু 15 : 17

(iv) 8 : 10 আৰু 36 : 45

(v) 8 : 5 আৰু 24 : 20

(vi) 22 : 21 আৰু 264 : 252

3. তলৰ সমানুপাতবোৰৰ পৰা xৰ মান নিৰ্ণয় কৰা ।

(i) 1 : 4 : : 7 : x

(ii) 5 : x : : 55 : 11

(iii) x : 12 : : 21 : 7

(iv) 3 : 27 : : 1 : x

(v) 2 : x : : 8 : 28

(vi) 6 : 5 : : x : 15

4. তলৰ সংখ্যাবোৰ ক্ৰমিক সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰা ।

(i) 8, 40, 200

(ii) 588, 84, 12

(iii) 10, 20, 30

(iv) 36, 90, 225

(v) 48, 60, 75

(vi) 16, 84, 442

5. 17 মিটাৰ কাপোৰৰ মূল্য 935 টকা । 7 মিটাৰ কাপোৰৰ মূল্য কিমান হ’ব ?

6. এখন গাড়ীয়ে 5 ঘণ্টাত 400 কিমি. দূৰত্ব অতিক্ৰম কৰে । গাড়ীখনে 12 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ?

7. 10 লিটাৰ পেট্ৰ’লেৰে এখন মটৰ চাইকেল 450 কিমি. দূৰত্ব অতিক্ৰম কৰিব পাৰে । 360 কিমি. দূৰত্ব অতিক্ৰম কৰিবলৈ মটৰ চাইকেলখনত কিমান পেট্ৰ’ল লাগিব ?

8. এজন বনুৱাই 15 দিনত 6750 টকা উপাৰ্জন কৰে । তেওঁ 20 দিনত কিমান টকা উপাৰ্জন কৰিব পাৰিব?

9. এটা বটলত 250 মিলি. গাখীৰ ভৰাব পাৰি । 4 লিটাৰ গাখীৰ ভৰাবলৈ তেনেকুৱা কিমানটা বটলৰ প্ৰয়োজন হ’ব ?

10. 63 খন কিতাপৰ ওজন 7 কিগ্ৰা. । তেনেকুৱা 90 খন কিতাপৰ ওজন কিমান ?

Question Type By- Himadree Bora

Post ID: DABP001911