আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন | Chapter 18 | Class 6 New Science Chapter 18 Question And Answer | Class 6 New Science Chapter 18 Solution AJB |

1. শুদ্ধ উত্তৰটো লিখা-

a) অনুজীৱই পচন ঘটাব নোৱাৰে আৱৰ্জনাবোৰ হ’ল-

i) জীৱ-পচনক্ষম আৱৰ্জনা

ii) জীৱ-পচনঅক্ষম আৱৰ্জনা

iii) পুনৰাৱৰ্তিত আৱৰ্জনা

iv) পচন সাৰ

উত্তৰঃ 

b) জীৱ-পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ’ল-

i) কলৰ বাকলি

ii)পুৰণি বাতৰি কাগজ

iii)কপাহী কাপোৰ

iv) গোটেইবোৰ

উত্তৰঃ 

c) পলিথিনৰ মোনা, এলুমিনিয়াম টুকুৰা আৰু ভঙা কাঁচৰ টুকুৰা হ’ল-

i) জীৱ-পচনক্ষম আৱৰ্জনা 

ii) জীৱ-পচনঅক্ষম আৱৰ্জনা

iii) গেছীয় আৱৰ্জনা

iv) পিটনি

উত্তৰঃ 

d) পুৰণা প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যবহাৰ কৰিব পাৰি-

i) পুৰি পেলোৱা

ii) কাগজ বনোৱা 

iii) গছপুলি ৰোৱা

iv) গোটোইবোৰ

উত্তৰঃ 

2 . শুদ্ধ নে অশুদ্ধ লিখা :

a) ফলমূল আৰু শাক-পাচলিৰ বাকলি জীৱ-পচনক্ষম আৱৰ্জনা। 

উত্তৰঃ 

b) জীৱ-পচনঅক্ষম আৱৰ্জনাবােৰ বহুদিনৰ পিছত পছি যায়। 

উত্তৰঃ 

c) আৱৰ্জনাবােৰ জ্বলাই পেলােৱাতকৈ ইয়াৰ পৰা পচনসাৰ প্ৰস্তুত কৰাটো বেছি ভাল। 

উত্তৰঃ 

d) পুনৰৱৰ্তন কৰিব পৰা আৱৰ্জনাবােৰ পুনৰ ব্যৱহাৰ কৰিব নােৱাৰি

উত্তৰঃ 

e) জীৱ-পচনঅক্ষম আৱৰ্জনাবােৰে প্ৰদূষণ কৰে।

উত্তৰঃ 

3. তােমাৰ বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা আৱৰ্জনাবােৰৰ ব্যৱস্থাপনাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা? ইয়াৰ বাবে তলৰ তালিকাখন পূৰ কৰা—  

4. চমু উত্তৰ দিয়া : 

a) তিনি প্রকাৰৰ আৱৰ্জনাৰ নাম লিখা। উদাহৰণ দিবা। 

উত্তৰঃ 

b) জীৱ-পচনক্ষম আৰু জীৱ-পচনঅক্ষম আৱৰ্জনাৰ পার্থক্য লিখা।

উত্তৰঃ  

c) আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা? 

উত্তৰঃ 

d) আৱৰ্জনা ব্যৱস্থাপনাৰ ‘5R’ কি কি? 

উত্তৰঃ 

e) আৱৰ্জনাবােৰ জ্বলাই দিয়াটো কিয় অনুচিত? 

উত্তৰঃ 

5. আৱৰ্জনা কাক বােলে? আৱৰ্জনা সৃষ্টি হােৱা উৎসবােৰ কি কি? 

উত্তৰঃ 

6. পচন বুলিলে কি বুজা? খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী?

উত্তৰঃ 

7. কেঁচুসাৰ প্রস্তুতিৰ এটি পদ্ধতি বর্ণনা কৰা। 

উত্তৰঃ 

8. আৱৰ্জনা হ্রাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা? প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ